Login Register
G
SINAKI PRITHIBI banner
SINAKI PRITHIBI

SINAKI PRITHIBI

@UC-g3ihhvP2XS6J6MAAwe_6w - 9.7K subscribers

Hi Friends, আমাৰ এই Channel টো i making videos Assamese Sathor, Assamese Quiz,General Knowledge,Education,Stage Perform,Live Perfrom, Assamese Love Story, Vlog, Assamese Business Ideas, Assamese Technical, Online Earn Money, ভিডিঅ' আৰু মনোৰঞ্জন ভিডিঅ'ৰ বাবে বনোৱা হৈছে। ইয়াৰ ভিডিঅ'বোৰ আপোনালোকে Seriously নলব । আৰু যদি আপোনালোকে হাঁহি থাকিব বিছাৰে তেন্তে আমাৰ এই Channel টো Subscribe কৰি লৱ । আৰু কাষতে থকা ঘণ্টিতো এবাৰ বজাই দিব । যদি আমাৰ এই ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেন্তে Please Like,Comment and Share কৰিব নাপাহৰিব । আপোনালোকৰ সহাঁৰি পালে আমি আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম। ধন্যবাদ ।