@UC4Orxi-L_u7qkqj6C-5gtDA - 1.1K subscribers
~:WELCOME TO BITUPAN_VLOG ❤️🙏🏻:~ নমস্কাৰ বন্ধু-বান্ধৱীসকল! মোৰ এই সৰু পৰিয়ালটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বিটুপন, এজন সৰু কন্টেন্ট ক্রিয়েটৰ। মোৰ এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক মোৰ জীৱনৰ কিছু মৰমৰ মুহূৰ্ত আৰু আমাৰ সুন্দৰ অসমৰ লগতে বিভিন্ন ঠাইৰ ব্লগ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সঁহাৰি আৰু মৰমে মোক আগুৱাই যোৱাত বহুত সহায় কৰিব। গতিকে মোৰ ভিডিঅ' বোৰ চাই যদি ভাল পায়, তেন্তে চেনেলটো Subscribe কৰি 'কলিজা সকল' মোৰ কাষত থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ! For Business & Collaborations: 📧Email :[email protected] Follow me on Instagram: 📸@the_bittu_125 Follow me on Facebook 📸 www.facebook.com/profile.php?id=61551930923304&… #BitupanVlog #AssameseYoutuber #AssamVlogs #DailyLife #SupportLocal