Login Register
G
Amiya Neog Kalita's Dihanam World official banner
Amiya Neog Kalita's Dihanam World official

Amiya Neog Kalita's Dihanam World official

@UC59FoGVtgLVd5ltBmnkoIxw - 241K subscribers

Amiya Neog Kalita : 7002440637 বিনা অনুমতিত এই চেনেলৰ পৰা যিকোনো ধৰণৰ সংগীত, কথা, সুৰ, ভিডিঅ আদি ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷ অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা- Amiya Neog Kalita's Dihanam World ৷ #AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷ তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷ এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷ আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব:: বালিঘাট (নাজিৰা), শিৱসাগৰ : 7002440637 #Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamrupia #borgeet #assameseculture #sivsagar #harinam