@UC7Ixvr-ORG_Lbl8LpcJLCRw - 463 subscribers
নমস্কাৰ বন্ধু সকল,,,,,,, মই বিকি আপোনালোক সকলোকে মোৰ চেনেল BN PRODUCTION লৈ স্বাগতম জনাইছোঁ।। মই প্ৰতি সপ্তাহত ২ৰ পৰা ৩টাকৈ আপোনালোকৰ মাজলৈ নতুন নতুন ENTERTAINMENT ভিডিঅ' আগবঢ়ায় থাকো ।। আশাকৰোঁ আপোনালোক সকলোৱে মোৰ প্ৰতিটো ভিডিঅ' চাই খুব ভাল পাই ।। মই আগলৈকে এনেধৰনৰ ভিডিঅ'আপোনালোকলৈ আগবঢ়ায় থাকিবলৈ আপোনালোকে যেন মোক সহায় কৰে ।। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো SUBSCRIBE কৰক ভিডিঅ'ৰ তলত থকা লাল বতনটো(button) টিপি আৰু বেল buttonটো টিপি মোৰ প্ৰতিটো ভিডিঅ'ৰ Notification চবতকে আগত পাওক ।। ।। ধন্যবাদ ।।