Login Register
G
Borhat Live banner
Borhat Live

Borhat Live

@UCCb2HsN_57I0xUX2GtKG2Sg - 29.7K subscribers

আপোনাৰ ভিডিঅ',‌‌ খবৰ বা বিজ্ঞাপন আমাৰ চেনেলটোৰ যোগেদি সম্প্ৰচাৰ কৰাব বিচাৰে তলত দিয়া নাম্বাৰত যোগাযোগ কৰক । নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেলটো লৈ ❤️ 🔺মোৰ ভিডিঅ' ৰ টপিক বিলাক ...... → মোৰ ভিডিঅৰ পৰা আপোনালোকে কিবা নহয় কিবা নিশ্চয় শিকিব পাৰিব । → মই সদায় আপোনালোকৰ সহায় হোৱা কিছুমান ভিডিঅ' বনাব চেষ্টা কৰো । → মোৰ ভিডিঅ' বিলাক চাই আপুনি জানিব বিচৰা কথা সমূহ জানিব পাৰিব , একদম সহজ সৰল ভাষাত । →অসমৰ ছবিজগতৰ আপদেত সমূহ পাই থাকিব । →মই মোৰ ভিডিঅ' বিলাক একদম সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰো, যদি আপোনালোকৰ মাজত কোনোবাই ভিডিঅ'বিলাক চাব ভাল নাপাই , অনুগ্ৰহ কৰিছো বেয়া কমেন্ট নকৰিব । → আহিব লগীয়া সকলক আপুনিয়েই যদি শিক্ষা নিদিয়ে তেন্তে কোনে দিব । → আপুনি আপোনাৰ ভাই , বন্ধু বুলি মৰম দিব , আপোনাৰ মৰমে মোক আগুৱাই যোৱাত সহায় কৰিব । Contact Mail : [email protected]