Login Register
G
HUMAN LIFE banner
HUMAN LIFE

HUMAN LIFE

@UCLKZ4mtT3ZM-MZZnoetQhwQ - 916 subscribers

নমস্কাৰ বন্ধু-বান্ধৱী সকল। সকলোকে স্বাগতম জনাইছো HUMAN LIFE টো লৈ। বন্ধু-বান্ধৱী সকল আমি সকলোৱে ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ। আমি LIFE ত জীয়াই থাকিবলৈ হ'লে,আমাৰ জীৱনত সুখ-দুঃখ ,হাঁহি-কান্দোন আদি বিভিন্ন ধৰণৰ সমস্যা আহিব ই।এই সকলোবৰক লৈয়ে হ'ল আমালোকৰ জীৱন। কিন্তু আমাৰ মাজত কিছুমান এনেকুৱা মানুহ আছে। যি সকলে সৰু-সুৰা কিছুমান সমস্যাৰ সন্মুখীন হ'ল ই ,সিহঁতে ভাঙি পৰে। সিহঁতে ভাবে জীৱনটো হয়তো ইয়াতেই শেষ। গতিকে তেনেকুৱা মানুহৰ কথা চিন্তা কৰি CHANNEL টোৰ জৰিয়তে কিছু মান অনুপ্ৰেৰণামূলক উক্ত তথা বিভিন্ন ধৰণৰ অনুপ্ৰেৰণা মূলক চুটি গল্পৰ যোগেদি আপোনালোকক অনুপ্ৰাণিত কৰিবলৈ অহৰহ চেষ্টা কৰি যাম আৰু আপোনালোকৰ যিকোনো সমস্যাৰ কথা মোক Comment টোত জনাব পাৰে। মই মোৰ সুক্ষ্ম জ্ঞানেৰে,Video ৰ যোগেদি আপোনাৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম।এই উক্তি তথা চুটি গল্প বা এটা Video আপোনাৰ জীৱনটোক সম্পুৰ্ণ পৰিৰ্বতন কৰি দিব পাৰে। সেয়েহে আপোনাৰ সহায়-সহযোগীতা আৰু আৰ্শীবাদ কামনা কৰিলো। -জয় আই অসম-