Login Register
G
PRANJEET A to Z

PRANJEET A to Z

@UCLkhoBPcN3VS4XB_qCOVv6A - 176 subscribers

নমস্কাৰ গ্ৰহণ কৰিব , মৰমৰ বন্ধু-বান্ধৱী তথা সমূহ অসমবাসী ৰাইজ । PRANJEET A to Z এক ব্যতিক্ৰমী চিন্তা ,প্ৰচেষ্টাৰে জন্ম দিয়া ইউটিউব চেনেল,মোৰ এই চেনেলত আপোনালোকে !! মই নির্মাণ কৰা সম্পূৰ্ণ প্ৰকৃত সৃষ্ঠী , যেনে- বিখ্যাত শিল্পী,কবি-সাহিত্যক ৰ স'তে কথোপকথন ,অভিনয়,মুকাভিনয়,চুটি ছবি,ছবিৰ বক্স অফিচ ব্যৱসায় ,ভ্ৰাম্যমাণ আৰু যাত্ৰাপাৰ্টী ৰ বিভিন্ন খবৰ , লগতে সময়Sleeping সাপেক্ষে প্ৰতিটো খবৰ নিৰ্ভীক ,নিৰপেক্ষ আৰু সু-মানসিকতাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ মই অহৰহ চেষ্টা অব্যাহত ৰাখিম । আশা কৰোঁ আপোনালোকে মৰমেৰে আদৰি লব ।। 💎 💎ধন্যবাদ💎 we journey=! 24/07/202 We sincerely look forward to hearing from you. We are moving forward with an exceptional effort. Your support is our mainstay in our journey. Thanks PRANJEET A to Z