Login Register
G
RainbowTech Institute banner
RainbowTech Institute

RainbowTech Institute

@UCNmX72zZ-VC5FkR0CVwt3ew - 1.6K subscribers

নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ | এইটো এটা কম্পিউটাৰ শিক্ষাৰ লগত জৰিত থকা চেনেল যত কম্পিউটাৰৰ সকলো ধৰণৰ জ্ঞান উপলব্ধ কৰা হব সম্পূৰ্ণ সহজ ভাষাত। এই চেনেলত SEBA, CBSE, AHSEC আৰু College, University ৰ ভিতৰত থকা IT /ITes আৰু কম্পিউটাৰ Science ৰ ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ সহজ ভাষাত Syllabus Wise Video সমূহ Upload কৰা হব। যিকোনো ধৰণৰ Competitive Exam আৰু নিজৰ জ্ঞান অৰ্জনৰ উদ্দেশ্যেও খুবেই দৰকাৰী Theory, Practical, Partwise Tutorial Videoও Upload কৰা হব। এইটো চেনেলত কম্পিউটাৰ শিক্ষাৰ লগত জৰিত Daily MCQ, Quiz Series ও লৈ অনা হব সদৌ শেষত মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই যদি আপোনালোকক অলপ হলেও উপকৃত কৰিছে বা কৰিব বুলি ভাৱে তেন্তে Like, Share, Subscribe কৰি মোক আগুৱাবলৈ অনুপ্ৰাণিত কৰিব। ধন্যবাদ RainbowTech Institute DIPANKAR DEKA Guahati University M.Sc-IT, B.Sc IT & PGDCA 4 Yrs+ Coding Mentor & Teaching Experience MANTU KALITA Graphic & Web Designer Illustrator, Visualizer 15+ Years of Experience in the IT Industry