@UCP-YNYEyH0iI4nJDdICQ4sQ - 571 subscribers
নমস্কাৰ, মই শ্ৰী বিক্ৰম দাস আপোনাসৱক জনাবলৈ পাই সুখী হৈছো যে এতিয়াৰে পৰা এই অভাজনৰ দ্বাৰা পৰিবেশিত হৰি নামৰ অনুষ্ঠান, ভাগৱত,ৰাস ইত্যাদিৰ ভিডিঅ'সমূহ মোৰ নিজা ব্যক্তিগত ইউটিউবত চেনেলৰ যোগেদি আপোনালোকৰ মাজলৈ আগবঢ়াম । গতিকে সমুহ ভক্ত প্ৰাণ ৰাইজে মোক আদৰি লৈ মৰম চেনেহ আৰু আশীৰ্বাদৰ প্ৰাপ্ত কৰে যেন। আপোনালোকে আগুৱাই নিনিলে মই সাহস নাপাম । আশাকৰোঁ আশীৰ্বাদ দি অসমী আইৰ সন্তানক আগুৱাই লৈ যায় যেন কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম 🙏😍💕 ৰাইজৰ আশীষ নিৰ্মালিৰে ( কৃষ্ণচূড়া নামতি দল) মৰিগাঁও নভেটি। মূখ্য নামতি=বিক্ৰম দাস দুৰাভাষ= 8403079315, 8011855585