Login Register
G
Kuhipaath banner
Kuhipaath

Kuhipaath

@UCd4m9a24vL0KSj7z4SPj2fg - 263 subscribers

Kuhipaath: The learning app of assam, online tuition for class 8th, 9th, 10th, 11th & 12th. Dear Student, আমি Kuhipaath App টোৰ জৰিয়তে বহুত কম পইছাত Tuition কৰি আছো। ক্লাছ 8th, 9th আৰু 10th ৰ মাত্ৰ 50 টকা মাহিলী আৰু ক্লাছ 11th আৰু 12th ৰ 200 টকা মাহিলী । Fees টো বহুত কম কিন্তু বহুত উন্নত মানৰ শিক্ষা প্ৰদান কৰি থকা হৈছে। অসমৰ বহুত আগশাৰীৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ক্লাছ কৰি আছে। সকলো ক্লাছ video lacture ৰূপত আমাৰ app টোত উপলব্ধ। লগতে Notes আৰু দৰকাৰী MCQ বিলাক ও দিয়া হয়। ডাউনলোড কৰি লগে লগে ক্লাছ start কৰিব পাৰিবা। যিহেতু ক্লাছ বিলাক Recorded থাকে, গতিকে এবাৰ Buy কৰাৰ পিছত Revise কৰিব পৰাকৈ lifetime ৰ কাৰণে Playlist ত থাকি যাব।