Login Register
G
Jyotirmay Barman  banner
Jyotirmay Barman

Jyotirmay Barman

@UCdHbs_Vhn9uPs6MHG4alj7Q - 4.2K subscribers

নমস্কাৰ, Jyotirmay Barman YouTube চেনেলৰ সমূহ দৰ্শকলৈ প্ৰীতিভৰা সম্ভাষণ জনালোঁ । আপোনালোকে মোৰ ভিডিঅ'বোৰ চাওঁক আৰু বহুতো জানিবলগীয়া কথা শিকক, বহুতো নেদেখা বস্তু দেখক লগতে কেতিয়াবা কেতিয়াবা হাহিঁ ফূৰ্তী কৰক আৰু জীৱনটো আনন্দমুখৰ কৰি তোলক । ইতিবাচক সান-মিহলি বিষয়বস্তুৰ তথ্যভিত্তিক উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে ন উদ্যম, পৰিকল্পনা আৰু আধুনিক চিন্তাধাৰাৰে - জ্যোতিৰ্ময় বৰ্মন । আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় প্ৰতিটো ভিডিঅ'ৰ শেষত Comment কৰি জনাব । আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহলে Like আৰু Share কৰিব লগতে মোৰ এই YouTube Channel টো Subscribe কৰিবলৈ নাপাহৰিব । Email Id : [email protected] ।। ধন্যবাদ ।।