@UCdqnuhiPVeb9C-8A7nfq1HQ - 6K subscribers
সকলোকে নমস্কাৰ,সেৱা জনাই BMTSK Tourism projectলৈ স্বাগতম। ভাল লগা,গুৰুত্বপূৰ্ণ বিষয়সমূহক প্ৰচাৰ প্ৰসাৰ কৰা,বিষয়বস্তু সমূহক youtube channel ৰ যোগেদি ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিবৰ বাবে চেষ্টা কৰো। আমাৰ এই চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। ভূলটো আঙুলিয়াব। সুখে-দুখে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ব। আমি সকলোতে সকলো ক্ষেত্ৰতে। আমাৰ এই চেনেলটোত বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক সম্পদ সমূহ, ক্ৰীড়া, সামাজিক, কৃষ্টি- সাংস্কৃতি, ৰাজনৈতিক, ধৰ্মানুষ্ঠান, খেতি,সভা-সমিতি, মুকলি অনুষ্ঠান-প্ৰতিষ্টান, ছাত্ৰ ছাত্ৰী,শিকাৰোক উৎসাহী কৰা বিষয়সমূহ ৰাইজৰ মাজলৈ প্ৰেৰণৰ বাবে চেষ্টা কৰোঁ। ভিডিও সমূহ ৰাইজে উপভোগ কৰি আমাক আগুৱাই যাবলৈ উৎসাহিত কৰে যেন এটি অনুৰোধ আমাৰ চেনেলটোত দিয়া ভিভিও সমূহ যাতে কোনেও আন চেনেলত প্ৰচাৰ নকৰে যেন । ভিডিও সমূহ উপভোগ কৰাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ভিডিও সমূহ উপভোগ কৰাৰ পাছত LIKE,SHARE,SUBSCRIBE কৰিবৰ বাবে আবেদন,আহ্বান জনালোঁ। ঠিকনা-নাহৰকটীয়া,ৱাড নং ১,দীঘলা সোণোৱাল গাওঁ জিলা-ডিব্ৰুগড়,পিন৭৮৬৬১০,অসম,ভাৰত Mobile - +91 9864854363 Landline -0374 2999713 [email protected].